Flood || Bihar || Railways
Aprašymas
প্ৰলয়ংকৰী বানৰ কবলত বিহাৰ। বানত বুৰ গৈছে ৰাজ্যখনৰ কিষাণগঞ্জ ৰে’ল ষ্টেশ্যন। এনে পৰিস্থিতিত অসমৰ পৰা বিহাৰৰ মাজেৰে যাবলগীয়া বা অসমলৈ আহিবলগীয়া কেবাখনো ৰে’ল আবদ্ধ হৈ থাকিবলগীয়া হৈছে দেশৰ বিভিন্ন প্ৰান্তত। Watch to know more: