In this video I have shown you how to prepare the salty and spicy pineapple sugar free juice recipe in summer and winter both seasons.
The ingredients are :
1.Red Chilly,
2.Black Salt,
3.Normal Salt (Optional),
4.Sugar (Optional),
5.Mint,
6.Lemon Juice,
7.Dry Ginger.
আনাৰসৰ জ্বলা আৰু নিমখীয়া চৰবতো খাবলৈ ভাল লাগে ৷ সদায়ে মিঠা চৰবত খোৱা যায়, এনেকৈয়ো খাই চাব পাৰে যদিহে এতিয়াও খোৱা নাই ৷
ব্যৱহাৰ কৰা মছলাসমূহ :
১৷পকা বা কেঁচা জলকীয়া,
২৷ক’লা নিমখ,
৩৷সাধাৰণ নিমখ (ইচ্ছা),
৪৷চেনী (ইচ্ছা),
৫৷পদিনা,
৬৷নেমু ৰস,
৭৷শুকান আদা ৷
*আনাৰসৰ মছলা চৰবত বিনা চেনীৰে*
Thank you for watching my video and hit the like button.
Please subscribe my You Tube Channel and share my video with your family friends.